Supari seized in Raha: চাপৰমুখত সৰবৰাহকাৰীসহ জব্দ চোৰাং চুপাৰি

By

Published : Jan 8, 2023, 6:14 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail
ৰাজ‍্যত অব‍্যাহত আছে অবৈধ চুপাৰিৰ সৰবৰাহ । ইয়াৰ মাজতেই চাপৰমুখ ৰে'ল সুৰক্ষা বাহিনীয়ে ৰহাৰ চাপৰমুখ ৰে'ল ষ্টেচনত দেওবাৰে দহ বস্তা চুপাৰি জব্দ কৰে (Supari seized at Chaparmukh Railway Station) । জানিব পৰা মতে, নামনিমূৱা কামৰূপ এক্সপ্ৰেছৰ (Kamrup Express)পৰা ৰে'লৱে সুৰক্ষা বাহিনীয়ে জব্দ কৰে এই চুপাৰিখিনি (Supari seized at Raha)। আনহাতে, এই ঘটনাৰ লগত জড়িত দুলাল খাটনিয়াৰ নামৰ এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে ৰেল সুৰক্ষা বাহিনীয়ে (Supari smuggler arrested in Chaparmukh)। ডিমাপুৰৰ পৰা কোচবিহাৰলৈ নি থকা অৱস্থাত জব্দ কৰা হয় চুপাৰিখিনি ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.