thumbnail

By

Published : Jan 5, 2023, 10:59 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Suicide case at Rangia : পৰীক্ষা হলৰ পৰা উলিয়াই দিয়াৰ বাবে ৰঙিয়াত ছাত্ৰীৰ আত্মহত্যা

ৰঙিয়াত অঘটন ৷ ৰঙিয়া তিনিআলিৰ এগৰাকী ছাত্ৰীয়ে বৃহস্পতিবাৰে ঘৰতে আত্মহত্যাৰ পথ বাচি লয় (Suicide case at rangia) ৷ নিহত ছাত্ৰীগৰাকীৰ নাম অনিশা কলিতা (২২) ৷ অভিযোগ অনুসৰি, ৰঙিয়া মহাবিদ্যালয়ৰ কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকত অধ্যয়নৰত ছাত্ৰীগৰাকীক পৰীক্ষা হলৰ পৰা উলিয়াই দিছিল অধ্যাপকে ৷ যাৰ বাবে ছাত্ৰীগৰাকীয়ে এই চৰম সিদ্ধান্ত বাচি লয় । ইফালে খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে অনিশা কলিতাৰ মৃতদেহ ৷ পৰৱৰ্তী সময়ত অনিশা কলিতাৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.