Cattle smuggling in Rupahihat: ৰূপহীহাট আৰক্ষীৰ জালত চোৰাং গৰুসহ সৰবৰাহকাৰী

By

Published : Dec 19, 2022, 7:18 AM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail
ৰূপহীহাটত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান(Cattle smuggling in Assam) । ৰূপহীহাটৰ কাৱৈমাৰী আৰক্ষীয়ে জব্দ কৰে চোৰাং গৰুসহ এখন চাৰিচকীয়া বাহন । আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে চলাইছিল অভিযান । আৰক্ষীয়ে অভিযানৰ সময়ত কাৱৈমাৰী চাৰিআলিৰ পৰা জব্দ কৰে চাৰিটাকৈ চোৰাং গৰু(Cattle smuggling in Rupahihat) । লগতে আটক কৰে দুই সৰবৰাহকাৰীক(Smugglers arrested with cattle in Rupahihat) । ধৃত গৰু সৰবৰাহকাৰীকেইটা ক্ৰমে ৰচিদুল হক আৰু হাফিজুৰ ৰহমান বুলি জানিব পৰা হৈছে । অবৈধ চোৰাং গৰু সৰবৰাহকাৰীয়ে লখিমপুৰৰ পৰা চোৰাং গৰু ভৰ্তি বাহনখন আনিছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ কাৱৈমাৰী আৰক্ষীয়ে সম্প্ৰতি চোৰাং গৰুকেইটাক গৌশালালৈ প্ৰেৰণ কৰিছে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.