Journalist performed Bihu: সাংবাদিকৰ বিহুৰে মুকলি ৰঙালী গুডভাইবছ মিউজিক ষ্টেজ - সাংবাদিকৰ বিহুৰে মুকলি ৰঙালী গুডভাইবছ মিউজিক ষ্টেজ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 21, 2023, 4:58 PM IST

গুৱাহাটী,২১ এপ্ৰিল: ২১ এপ্ৰিলৰ পৰা চাৰি দিনীয়াকৈ খানাপাৰাত আৰম্ভ হ'ল ৰঙালী-২৩ (Rongali-23 begins in Khanapara) । সাংস্কৃতিক অনুষ্ঠান, সাহিত্য আদ্দাৰ লগতে ৰঙালীত উপলব্ধ হৈছে থলুৱা খাদ্য সম্ভাৰো । ৰঙালীৰ প্ৰথম দিনটোত বৰগীতেৰ আৰম্ভ কৰা হয় ফক ষ্টেজ । ইয়াৰ পিচতে সাতভনী নৃত্য প্ৰদৰ্শন, বড়ো, মিচিং ইত্যাদিৰ নৃত্য পৰিৱেশন কৰা হয় (Rangali Goodvaibs Music Stage open) ।  

তাৰোপৰি সংবাদ মাধ্যমৰ প্ৰতি সন্মান জনাই গুৱাহাটীৰ প্ৰেছক্লাৱৰ উদ্যোগত একত্ৰিত হোৱা বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিকসকলৰ বিহুৰে মুকলি কৰা হয় ৰঙালী গুডভাইবছ মিউজিক ষ্টেজৰ (Journalist performed Bihu) । ঠাহ খাই থকা দৰ্শকৰে প্ৰেক্ষাগৃহত মাষ্টাৰচেফ নয়নমণি শইকীয়া, সন্ধিয়াৰ মুখ্য অতিথি অশোক সিংহলৰ লগতে নন্দিতা গাৰ্লোছাও উপস্থিত থাকে । 

লগতে পঢ়ক: Groom died in Nalbari: শোকাৱহ! বিয়ালৈ তিনিদিন থাকোতেই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দৰাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.