Protest in Morigaon: মৰিগাঁৱত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী - Protest demanding arrest of an attacker

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 24, 2022, 7:24 AM IST

Updated : Feb 3, 2023, 8:36 PM IST

২২ ডিচেম্বৰ বৃহস্পতিবাৰে দিনদুপৰতে বিলাসীপাৰা চহৰৰ মাজমজিয়াত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰিছিল সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি শ্বাহ নাৱাজ হুছেইনক (GMDJP president Shah Nawaz Hussain attacked) । সভাপতিগৰাকীক আক্ৰমণ কৰা দুৰ্বৃত্তক অতি সোনকালে কৰায়ত্ব কৰি কঠোৰ আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীৰে মৰিগাঁও জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে মৰিগাঁৱৰ সদৰ বিহুতলীত শুকুৰবাৰে এক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰে(GMDJP protest in Morigaon) । এই প্ৰতিবাদী কাৰ্য্যসূচীৰ জড়িয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক(CM Himanta Biswa Sarma) গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কৰ্মীসকলক নিৰাপত্তা প্ৰদান কৰাৰো দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.