thumbnail

By

Published : Oct 14, 2022, 1:46 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / Videos

Protest at Seconi Tea Estate: কলিয়াবৰত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

এফালে চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকৰ বাবে নিত্য নতুন বিশেষ আঁচনি ঘোষণা কৰিছে ৷ আনহাতে চাহ বাগিচাৰ মালিকপক্ষৰ সীমাহীন বঞ্চনা‌ৰ বলি হ’ব লগীয়া চাহ শ্ৰমিকসকল ৷ শুকুৰবাৰে পুৱাই শ্ৰমিকৰ প্ৰতিবাদেৰে উত্তাল হ'ল কলিয়াবৰৰ চিকনি চাহ বাগিচা (Protest at Seconi Tea Estate)৷ গ্ৰেছ্যুইটি, ৰেচনকে ধৰি বিভিন্ন সমস্যাৰ প্ৰতি চাহ বাগিচা পৰিচালনা কৰা কংকৰীয়া টি. এল. এল. পি. ক'ম্পেনীয়ে (Kankariya TLLP Company)এ কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগত জাঙুৰ খাই উঠিছে শ্ৰমিকৰ লগতে চাহ জনজাতি ছাত্ৰসন্থাৰ নেতাসকল ৷ অনতিপলমে দাবী পূৰণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰো ভাবুকি প্ৰদান কৰে প্ৰতিবাদস্থলীত উপস্থিত নেতাসকলে ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.