HS Result 2022: বাণিজ্যত দশম স্থান দখলেৰে সোণাৰিলৈ গৌৰৱ কঢ়িয়ালে প্ৰিয়াংশু দাসে - উচ্চতকৰ মাধ্যমিকৰ ফলাফল

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 27, 2022, 7:19 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

সোণাৰিলৈ গৌৰৱ কঢ়িয়ালে প্ৰিয়াংশু দাসে (Priyanshu Das of Sonari commerce College)। উচ্চতকৰ মাধ্যমিকৰ ফলাফলত সোণাৰি কৰ্মাচ কলেজৰ পৰা ৪৬০ নম্বৰ লাভ কৰি অসমৰ ভিতৰতে দশম স্থান দখল প্ৰিয়াংশুৰ (10th position in HS result 2022)। দীলিপ দাস আৰু দিপীকা দাসৰ পুত্ৰ প্ৰিয়াংশুৱে সোণাৰিৰ শনি মন্দিৰ পথৰ নিবাসী মোমায়েক ৰূপন দাসৰ বাসগৃহত থাকি অধ্যয়ন কৰিছিল । মেধাবী ছাত্ৰজনৰ এই সফলতাৰ পাছতে সোণাৰি কৰ্মাচ কলেজত আনন্দৰ জোৱাৰ উঠে । মেধাবী প্ৰিয়াংশু দাসে প্ৰতিদিনে ছয়ৰ পৰা সাত ঘন্টা অধ্যয়ন কৰা বুলি জানিবলৈ দিয়ে ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.