New year celebration: নৱবৰ্ষৰ প্ৰথম দিনটোত লোকাৰণ্য ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ - New year celebration
🎬 Watch Now: Feature Video

বছৰৰ প্ৰথমটো দিনটোত লোকাৰণ্য হৈ পৰিল পৱিত্ৰ তীৰ্থস্থান ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰত(People gathering at Jagannath Mandir in Dibrugarh) । নৱবৰ্ষৰ পহিলা দিনটোত পুৱাৰ ভাগৰে পৰা জগন্নাথৰ আশীষ বিচাৰি ভিৰ কৰিছে অগণন ভক্ত(Jagannath Temple in Dibrugarh) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তই দেওবাৰে জগন্নাথ মন্দিৰত ভিৰ কৰা পৰিলক্ষিত হয়(New year celebration in Dibrugarh) । ডিব্ৰুগড় চহৰৰ উপকন্ঠ খনিকৰত অৱস্থিত জগন্নাথ মন্দিৰত ভক্তৰ অভাৱনীয় ভীৰৰ ফলত যান-জঁটৰো সৃষ্টি হৈছে ডিব্ৰুগড় বাইপাছত ।
Last Updated : Feb 3, 2023, 8:38 PM IST