thumbnail

Fire in Dibrugarh: ডিব্ৰুগড়ৰ বামুণবাৰী তিনিআলিত ভয়ংকৰ অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 9:45 AM IST

মৰাণ, ১৫ ছেপ্টেম্বৰ: ডিব্ৰুগড় জিলাৰ বামুণবাৰী তিনিআলিত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড । বৃহস্পতিবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । মাজনিশা সংঘটিত এই অগ্নিকাণ্ডত চাৰিখন দোকান ভস্মীভূত হয় । ইয়াৰে এখন পাৰ্লাৰ আৰু এখন টায়াৰৰ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয় । ইয়াৰ পিচতেই ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ।

জিলাখনৰ বামুণবাৰী তিনিআলিত আন দুখন দোকান অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ আপ্ৰাণ চেষ্টাত কিছু ৰক্ষা পৰে । ভস্মীভূত হোৱা দোকান দুখনত প্ৰায় ২০ লাখ টকাৰ সম্পত্তি জুইত জাহ যায় । অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক: Riniki Bhuyan Sarma land scam: মুখ্যমন্ত্ৰী পত্নীৰ 10 কোটিৰ ৰাজসাহাৰ্য বিতৰ্ক; অভিযোগ প্ৰমাণিত হ’লে ৰাজহুৱা জীৱনৰ পৰা পদত্যাগ কৰিব মুখ্যমন্ত্ৰীয়ে

For All Latest Updates

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.