Illegal timber and timber mills seized: কামপুৰত অবৈধ কাঠসহ কাঠফলা মিল জব্দ

By

Published : Nov 9, 2022, 1:06 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

কামপুৰৰ বকুলগুৰিৰ পদূমনিত বন বিভাগৰ অভিযান । কামপুৰৰ বকুলগুৰিৰ পদূমনিত এটা কাঠফলা মিলত অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ চেগুন কাঠ জব্দ কৰে অভিযানকাৰী দলটোৱে (Illegal timber and Timber mills seized) ৷ কামপুৰ আঞ্চলিক বন বিষয়াৰ নেতৃত্বত চলে এই অভিযান ৷ কাঠফলা মিলটোৰ মালিক নুৰদ্দিন লস্কৰ বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে বন বিভাগে কাঠফলা মিলটোৰ মালিক নুৰদ্দিন লস্কৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে বুলি কামপুৰ আঞ্চলিক বন বিষয়াই জানিবলৈ দিয়ে ৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.