Cattle Smuggling: যাত্ৰীবাহী ট্ৰেভেলাৰত অবৈধভাৱে গৰু সৰবৰাহ - 18 cows seized in passenger van in Nagaon
🎬 Watch Now: Feature Video

যাত্ৰীবাহী ট্ৰেভেলাৰত অবৈধভাৱে গৰু সৰবৰাহ (cattle smuggling in Nagaon) । নগাঁৱত জব্দ গৰুভৰ্তি ট্ৰেভেলাৰ (illegal cattle seized in Nagaon) । নগাঁৱৰ বৰঘাটত যাত্ৰীবাহী ট্ৰেভেলাৰত জব্দ ১৮টাকৈ গৰু (18 cows seized in passenger van in Nagaon) । চামগুৰিৰ পৰা যোৰাবাটলৈ চোৰাংভাৱে সৰবৰাহ কৰা হৈছিল গৰুকেইটা । আৰক্ষীৰ চকুত ধূলি দি পলায়ন ট্ৰেভেলাৰ চালকৰ । আৰক্ষীয়ে আটক কৰিছে ট্ৰেভেলাৰখনৰ হেণ্ডিমেন আখতাৰ উদ্দিনক ।
Last Updated : Feb 3, 2023, 8:31 PM IST