War against drugs: বশিষ্ঠত 2 কোটি টকা মূল্যৰ গাঞ্জা জব্দ - Ganja smuggler arrested
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17361085-thumbnail-3x2-ganja.jpg)
মহানগৰীৰ বশিষ্ঠত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ(Ganja seized in Guwahati) ৷ বশিষ্ঠ আৰক্ষীয়ে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে গাঞ্জাখিনি ৷ UP 51 AT 4852 নম্বৰৰ এখন ট্ৰাকেৰে ত্ৰিপুৰাৰ পৰা সৰবৰাহ কৰা হৈছিল গাঞ্জাখিনি(Ganja smuggling in Guwahati) ৷ জব্দকৃত গাঞ্জাখিনিৰ পৰিমাণ 235 কেজি ৷ কপিল দেও ৰায় আৰু ৰমেশ কুমাৰ নামৰ দুই সৰবৰাহকাৰীকো আটক আৰক্ষীৰ(Ganja smuggler arrested) ৷ জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য 2 কোটিৰো অধিক বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷
Last Updated : Feb 3, 2023, 8:37 PM IST