Money recovered: চাবুৱাৰ পানীতোলাত টকাৰ উজান

By

Published : Nov 13, 2022, 12:59 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail
চাবুৱাত বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ হৈছে (Money recovered in Chabua)। নিশা আৰক্ষীৰ তালাচীৰ মাজতে উদ্ধাৰ ২০ লাখ টকা । ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ সীমান্তত অৱস্থিত পানীতোলাত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ধনখিনি (Tinsukia police seized huge amount of money)। বিশেষ খবৰৰ ভিত্তিত পানীতোলা আৰক্ষীয়ে AS-28-C-9809 নম্বৰৰ কণ্টেইনাৰ বাহনখনত তালাচী চলায় । গুৱাহাটী অভিমুখী বাহনখনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ধনখিনি । আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি তিনিচুকীয়াৰ পৱন শৰ্মা নামৰ ব্যক্তিজন বিভিন্ন সামগ্ৰীৰ সৈতে টকাখিনি গুৱাহাটীলৈ পঠিয়াইছিল । অৱশ্যে ধনখিনি উদ্ধাৰৰ সন্দৰ্ভত আয়কৰ বিভাগে তদন্ত কৰিব বুলিও আৰক্ষীয়ে জনাইছে ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.