Festive atmosphere in Dibrugarh Aai Than: নৱবৰ্ষৰ প্ৰথম দিনটোত ডিব্ৰুগড় আই থানত উখল মাখল পৰিৱেশ

By

Published : Jan 2, 2023, 10:09 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

নৱবৰ্ষৰ প্ৰথম দিনটোত ডিব্ৰুগড় আই থানত উখল মাখল পৰিৱেশ (Festive atmosphere in Dibrugarh Aai Than) ৷ ডিব্ৰুগড় আই থানত ৰাইজে ব্যাপক উৎসাহ উদ্দীপনাৰ সৈতে ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটো উদযাপন কৰা পৰিলক্ষিত হৈছে । দৈনন্দিন কৰ্ম ব্যস্ততাৰ মাজতো পৰিয়াল, বন্ধুবৰ্গৰ লগত একলগ হৈ বনভোজ খাবৰ বাবে ওলাই আহিল ডিব্ৰুগড়ৰ আই থানৰ চাপৰিলৈ (People gathering at Aai than in Dibrugarh)। অসমৰ বিভিন্ন স্থানৰ পৰা অহা লোকে এই ঐতিহাসিক থানৰ চাপৰিত আহি ভিৰ কৰা দেখিবলৈ পোৱা গ’ল ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.