thumbnail

Wild elephant terror in Kaliabor: বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাইছে কলিয়াবৰবাসীয়ে

By

Published : Jan 10, 2023, 12:59 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

কলিয়াবৰত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ (Wild elephant terror in Kaliabor)। সোমবাৰে নিশা পুনৰ কলিয়াবৰৰ নাম কামাখ্যা গাঁৱত পকী ঘৰ ভাঙিলে বন্যহস্তীয়ে । গাঁওখনৰ ভৰত গুৱালা নামৰ লোকজনৰ পকী ঘৰৰ দেৱাল ভাঙি বিস্তৰ ক্ষতিসাধন কৰে বন্যহস্তীয়ে (Elephant destroyed concrete house in Kaliabor)। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে ধাৰাবাহিকভাৱে ত্ৰাসৰ সৃষ্টি কৰিছে কলিয়াবৰৰ গ্ৰামাঞ্চলত । নিতৌ বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে কলিয়াবৰৰ ৰাইজে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.