Chhath Puja 2022 : গোলাঘাটৰ ভিন্ন প্ৰান্ততো উদযাপন কৰা হৈছে ষট পূজা

By

Published : Oct 30, 2022, 7:38 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

আজি কাতি মাহৰ শুক্লপক্ষৰ ষষ্ঠী তিথি, অৰ্থাৎ ষট পূজাৰ তৃতীয়টো দিন । আজি সন্ধিয়া অস্তগামী সূৰ্যক অৰ্ঘ প্ৰদান কৰা হয় । গোলাঘাটৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় ষট পূজা (Chhath Puja in Golaghat) । গোলাঘাট নগৰৰ ধনশিৰি নদীৰ পাৰলৈ আগমণ হয় শশ ভক্তৰ (Dhansiri river)। একেদৰে গোলাঘাট জিলাৰ নুমলীগড়, সৰুপথাৰ, খুমটাই, দেৰগাঁৱতো হিন্দী ভাষী লোকসকলে অতি উলহ মালহেৰে উদযাপন কৰে ষট পূজা । গোলাঘাটৰ সামগ্ৰিক পৰিৱেশৰ সন্দৰ্ভত সাংবাদিক দিগন্ত চাহুৰ এক প্ৰতিবেদন ৷

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.