Book Inauguration at Teok: প্ৰভাত গোস্বামীৰ সোঁৱৰণত সুপ্ৰভাতৰ শুভ উন্মোচন

By

Published : Dec 21, 2022, 9:45 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

বিশিষ্ট শিক্ষাবিদ, সাহিত্যক, কাকজান মহাবিদ্যালয়ৰ(Kakojan College) অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰয়াত ড৹ প্ৰভাত গোস্বামী সোঁৱৰণী গ্ৰন্থ 'সুপ্ৰভাত' ৰ আজি শুভ উন্মোচন কৰা হয় (Former principal Prabhat Goswami) । গ্ৰন্থখনৰ প্ৰণয়ন সমিতিৰ সভাপতি সুৰেন চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত প্ৰয়াত গোস্বামীৰ বাসগৃহ টীয়ক কাকজানৰ পোহাদিয়া সত্ৰৰ অনুস্থিত হোৱা এক অনুষ্ঠানত এই গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ অকন চন্দ্ৰ শইকীয়াই ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.