thumbnail

By

Published : Jun 19, 2023, 6:39 PM IST

ETV Bharat / Videos

Bishnu Rabha Divas observed: তিনিদিনীয়া কাৰ্যসূচীৰে বিষ্ণু ৰাভা দিৱস উদযাপন

গুৱাহাটী,১৯ জুন: মহানগৰীৰ খাৰঘুলিত খাৰঘুলি যুৱ উন্নয়ন সংঘ আৰু খাৰঘুলি উন্নয়ন সমিতিৰ উদ্যোগত দেওবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উদ্যাপন কৰা হয় বিষ্ণু ৰাভা দিৱস । দেওবাৰে পুৱা ৯:৩০ বজাৰ পৰা তিনিটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতাৰে অনুষ্ঠানৰ আৰম্ভণি কৰা হয় ।  

সোমবাৰে সমূহীয়া শ্ৰমদানেৰে পৰিৱেশ পৰিষ্কাৰ আৰু ২০ জুনত পুৱা গছপুলি ৰোপন, বিয়লি ২ বজাত ৰাভা সংগীতৰ প্ৰচাৰ আৰু সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছতে বিষ্ণুৰাভা সন্দৰ্ভত আলোচনা চক্ৰ অনুষ্ঠিত হ'ব । এই আলোচনা চক্ৰত তৰেণ বড়ো, জুনু বৰা, সুজিত শৰ্মা, পংকজ বৰঠাকুৰ বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকিব । আলোচনা চক্ৰখনৰ পাছত ৰাভা সংগীত, নৃত্য, আবৃত্তি আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব । 

লগতে পঢ়ক: BJP meeting in Sivsagar : বিজেপিৰ সভালৈ নোযোৱাৰ বাবে পূৰ্ণিমা-টমাছক বিজেপি কৰ্মীয়ে প্ৰহাৰ কৰাৰ অভিযোগ

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.