Bihu Celebration in Assam : পহিলা ব’হাগত শিৱ দ’লত ৰাইজৰ ভিৰ - Rangali bihu of Assam
🎬 Watch Now: Feature Video
শিৱসাগৰ, 15 এপ্ৰিল : অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিনত ঐতিহাসিক শিৱ দ’লত ভক্তৰ ভিৰ ৷ নিজৰ-দহৰ মংগল কামনা কৰি ভক্তই ভিৰ কৰে শিৱসাগৰৰ ঐতিহাসিক শিৱ দ'লত ৷ বছৰৰ প্ৰথম দিনটোত বছৰটোৰ কুশল কামনা কৰি ৰাইজে সেৱা ল’লে ভগৱন্তৰ আগত (Rangali bihu of Assam) ।
লগতে পঢ়ক : Bihu Celebration in Assam: পহিলা ব'হাগ উপলক্ষে টীয়কৰ ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ
ব্যক্তি, পৰিয়াল, সমাজ তথা দেশৰ কুশল কামনা কৰি বিভিন্নজনে শৰাই আগবঢ়ালে শিৱ দ'লত ৷ দিনবোৰ ৰঙালীৰ ৰসেৰে পৰিপূৰ্ণ হয় । দেশত শান্তি বিৰাজ কৰে । অপায়-অমংগল দূৰ হয় (Shiva dol in Sivasagar) ।
লগতে পঢ়ক : Rangali Bihu of Assam : আজি পহিলা ব'হাগ: পৰম্পৰা ৰক্ষা কৰি তেজপুৰত মানুহ বিহু পালন