ARSU laid foundation stone: বকোত ARSU ৰ অধিৱেশনৰ লাইখুটা স্থাপন

By

Published : Dec 24, 2022, 2:09 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail
নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ লগতে সহযোগী সংগঠনৰ উদ্যোগত শুকুৰবাৰে অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয়(ARSU laid foundation stone of session in Boko) । লাইখুঁটা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে কামৰূপ জিলাৰ উপায়ুক্ত কৃৰ্তি জলী(Kamrup District DC Krirti Jolly) । ৰাভা জনগোষ্ঠীয় পোছাক পৰিধান কৰি উপায়ুক্ত কৃৰ্তি জলীয়ে আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰে । উল্লেখ্যে যে ২০২৩ ৰ ফেব্ৰুৱাৰীৰ ৩, ৪ আৰু ৫ তাৰিখে বকোৰ জননেতা সব্যসাচী ৰাভা ছৌমৌৰছিনিদামত অনুষ্ঠিত হ'ব কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিৱেশনখনি(15th Biennial Session of Rabha Students Union) ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.