thumbnail

By

Published : Apr 28, 2023, 8:05 AM IST

Updated : Apr 28, 2023, 8:12 AM IST

ETV Bharat / Videos

Amritpal Singh updates: কাৰাগাৰৰ পৰাই অধিবক্তালৈ অমৃতপালৰ চিঠি

ডিব্ৰুগড়,২৮ এপ্ৰিল: অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী ১০ খালিস্তানীক সাক্ষাৎ কৰে পৰিয়ালৰ লোকে । পৰিয়ালৰ সৈতে আছিল কেইবাজনো অধিবক্তা (Team of Khalistani Family Member in Dibrugarh) । কাৰাগাৰৰ ভিতৰৰ পৰাই অমৃতপাল সিঙে নিজ হাতে লিখি অধিবক্তাৰ হাতৰ দিলে বিশেষ গুৰুত্বপূৰ্ণ পত্ৰ (Amritpals Singh letter to advocate from jail) ।  

য'ত উল্লেখ কৰা হ'ল অধিবক্তাৰ জৰিয়তে এখন বিশেষ সমিতি গঠন কৰা হ'ব (Advocate met Khalistan supporters inside Jail) । যাৰ দায়িত্বত আগন্তুক ন্যায়িক প্ৰক্ৰিয়া চলাই নিয়া হ'ব । আগন্তুক ন্যায়িক প্ৰক্ৰিয়া চলাই নিয়াৰ সম্পূৰ্ণ দায়িত্ব থাকিব এই বিশেষ কমিটিখনৰ হাতত । কোনো অন্য সন্থা বা সংগঠনৰ কমিটিয়ে ইয়াৰ বাবে দাবী কৰিব নোৱাৰিব (Khalistan supporters family members in Dibrugarh) । এই সকলো কথা অমৃত পাল সিঙে জেলৰ ভিতৰৰ পৰা লিখি দিয়া বুলি কৰাগাৰত অমৃতপাল সিঙক সাক্ষাৎ কৰি অধিবক্তাই উল্লেখ কৰে সাংবাদিকৰ আগত । 

লগতে পঢ়ক: Rana Goswami Controversy: নাৰী সমাজৰ ওচৰত ক্ষমা নুখুজিলে ৰাণা গোস্বামীক ৰাজহুৱাভাৱে বৰ্জনৰ হুংকাৰ বিজেপিৰ

Last Updated : Apr 28, 2023, 8:12 AM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.