thumbnail

By

Published : Apr 23, 2023, 4:46 PM IST

ETV Bharat / Videos

Ferry ambulance stuck: ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ ফেৰী এম্বুলেঞ্চ; ৰোগীৰ হাহাকাৰ

মাজুলী, 23 এপ্ৰিল : মাজুলীত বতৰৰ কাল ৰূপ ৷ দেওবাৰে দুপৰীয়া ভাগত ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ হৈ পৰে এখন ৰোগী কঢ়িওৱা 108 নং ফেৰী (Ferry ambulance stuck in Brahmaputra) ৷ অফলামুখৰ পৰা যোৰহাটৰ নিমাতী ঘাটলৈ ৰোগী লৈ গৈছিল ১০৮  নং ফেৰীখনে । নদীৰ মাজত ফেৰীখনত তীব্ৰ বতাহে কোবোৱাৰ ফলত ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে (Ferry ambulance stuck due to heavy storm) ৷  বৰ্তমান এটা বালিচৰত আৱদ্ধ হৈ আছে এই ১০৮ নং ফেৰীখন ৷ ইতিমধ্যে মাজুলীত বতাহ বৰষুণৰ বাবে কোনো দুৰ্ঘটনা সংঘটিত হ’ব নোৱাৰাকৈ কেইবাখনো ফেৰী বাতিল কৰা হৈছে । 

লগতে পঢ়ক: Case against Srinivas: গ্ৰেপ্তাৰ হ’ব নেকি যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভি ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.