ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণকলৈ গৌৰম্বাৱিত মন্ত্ৰী অতুল বৰা - মন্ত্ৰী অতুল বৰা
🎬 Watch Now: Feature Video
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাজিৰঙা ভ্ৰমণৰ(President Ram Nath Kovind to visit Kaziranga) বাবে সম্প্ৰতি প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাহিৰৰ অংশৰ সকলো প্ৰস্তুতিৰ তদাৰকৰ দায়িত্বত থকা মন্ত্ৰী অতুল বৰাই সদৰি কৰে এই কথা ৷ তেওঁ ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণকলৈ গৌৰম্বাৱিত বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে ৷ মন্ত্ৰী অতুল বৰাই বৃহস্পতিবাৰে বোকাখাত পৌৰসভা ১০ টা ৱাৰ্ডত এক ডজন নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি সদৰি কৰে এই তথ্য(Minister Atul Bora Election Campaigning at Bokakhat) ৷ তেওঁ লগতে এইবাৰ শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বোকাখাত পৌৰসভা গঠন কৰাৰ দাবী কৰে(Assam Municipal Election 2022) ।
Last Updated : Feb 3, 2023, 8:17 PM IST