কৰ্মৰত ভাৰতীয় সেনা জোৱানৰ প্ৰাণতো হোলীগীতৰ গুঞ্জন - Indian army jawan singing Holi Geet
🎬 Watch Now: Feature Video

দৌল মহোৎসৱ বুলি ক’লেই এক অনামী পুলকত নাচি উঠে বৰপেটাবাসীৰ দেহ, মন-প্ৰাণ ৷ দুৱাৰডলিত বৰপেটাৰ প্ৰাণৰ দৌল মহোৎসৱ (Doul Festival of Barpeta)৷ দৌলক লৈ বৰপেটাবাসীৰ গাত তত্ নাই ৷ তাৰমাজতে প্ৰৱাসী বৰপেটীয়াসকলৰ মাজতো লাগিছে দৌলৰ বা ৷ কৰ্তব্যৰ খাতিৰত শত যোজন দূৰত থাকিও বৰপেটাৰ প্ৰাণৰ দৌলৰ উত্তাপ অনুভৱ কৰিছে ভাৰতীয় সেনাৰ কৰ্মৰত বৰপেটাৰ যুৱকে (Indian army jawan singing Holi Geet) ৷ জম্মুত কৰ্মৰত নৱজিতে কৰ্তব্যৰ মাজতেই গৃহভূমি বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ স্মৃতিকাতৰতাৰে গুনগুণাইছে হোলীগীত ৷
Last Updated : Feb 3, 2023, 8:19 PM IST