Foundation Day of Mess Kasari Parishad : শিৱসাগৰত মেছ কছাৰী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন - অসমৰ প্ৰাচীন জনগোষ্ঠীয় মেচ কছাৰী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 25, 2022, 10:52 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

শিৱসাগৰত মেচ কছাৰী জাতীয় পৰিষদ, মেচ কছাৰী যুৱ পৰিষদ আৰু মেচ কছাৰী মহিলা পৰিষদৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় পঞ্চদশ প্ৰতিষ্ঠা দিৱস (Foundation Day Celebration of Mess Kasari Parishad in Sivasagar) ৷ শুকুৰবাৰে পুৱা ৭ বজাত চাফাই অভিযানেৰে আৰম্ভ হয় অনুষ্ঠানৰ কাৰ্যসূচী । অসমৰ প্ৰাচীন জনগোষ্ঠীয় মেচ কছাৰী সকলৰ আচাৰ নীতি,সমাজ সংস্কৃতি, খাদ্যাভাষ, সাজপাৰ, নৃত্য গীতৰ প্ৰকাশ, বিকাশ, সংৰক্ষণ, সংবদ্ধন কৰাৰ লগতে জনগোষ্ঠীটোৰ সাংগঠনিক দিশসমূহৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি দিনটোৰ কাৰ্যসূচী উলহ মালহেৰে আয়োজিত কৰা হয় ৷ লগতে জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নতিৰ বাবে চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাই আয়োজক সকলে ৷
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.