thumbnail

By

Published : Oct 21, 2022, 12:14 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / Videos

Burhastriya of Barpeta Satra: বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা সত্ৰবাসীৰ

বৰপেটা সত্ৰত শোকাকুল পৰিৱেশ ৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভেণ্টিলেশ্যনত চিকিৎসাধীন হৈ আছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা (Burhasatriya Basistha Sarma) ৷ এতিয়া বুঢ়াসত্ৰীয়া গৰাকীৰ অসুস্থতাক লৈ উদ্বিগ্ন বৰপেটাবাসী (Praying for the recovery of burhastriya)৷ বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকৰ লগতে বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে বুঢ়াসত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰে ৷ বুঢ়াসত্ৰীয়া বাপজনাৰ পুনৰ সুস্থ হৈ সত্ৰলৈ সুস্বাস্থ্যৰে ঘূৰি অহাৰ কামনাৰে বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজে অসমবাসী ৰাইজক ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ আহ্বান জনায় ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.