thumbnail

By

Published : Aug 1, 2020, 8:23 PM IST

ETV Bharat / Videos

পুষ্টিকৰ ৰঙালাওৰ হালোৱা

ৰঙালাওৰ কথাই সুকীয়া ৷ ৰঙালাও ভৰপূৰ পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ ৷ কেৱল এইয়াই নহয় ৷ ই অধিক ফাইবাৰেৰে ভৰপূৰ আৰু আপোনাক দীৰ্ঘ সময়লৈ ই সতেজ কৰি ৰখাৰ লগতে,আপোনাৰ শৰীৰৰ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো ফলদায়ক ৷ প'টাছিয়াম,ভিটামিন Cৰ লগতে ইয়াত থকা ফাইবাৰ হৃদৰোগৰ ক্ষেত্ৰত সহায়ক হোৱাৰ লগতে,ই আপোনাৰ ছালক প্ৰদান কৰিব উজ্বলতা ৷ যিহেতু আপুনি ৰঙালাও খোৱাৰ উপকাৰিতাৰ বিষয়ে জানে,সেয়েহে আপুনি ৰঙালাওৰ হালোৱাও ৰান্ধিব পাৰে ৷ এই ৰেচিপি আপুনিও ঘৰতে ৰান্ধিবলৈ চেষ্টা কৰক আৰু আপোনাৰ লগতে আপোনাৰ প্ৰিয়জনকো খুৱাওক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.