Andhra famous dish: পেচাৰাট্টু দোচাৰ ৰেচিপি - how to make dosa

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 23, 2022, 5:05 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

দোচা হৈছে ভাৰতবৰ্ষৰ অতিকে জনপ্ৰিয় এবিধ বিখ্যাত খাদ্য ৷ বিশেষকৈ দক্ষিণ ভাৰতত দোচাৰ প্ৰচলন সৰ্বাধিক ৷ অৱশ্যে দোচা বহু প্ৰকাৰৰ আছে । আপুনি পেচাৰাট্টু দোচাৰ কথা কেতিয়াবা শুনিছেনে ? আজি আপোনালোকৰ মাজলৈ লৈ আনিছো পেচাৰাট্টু দোচাৰ ৰেচিপি । ইয়াক প্ৰস্তুত কৰিবলৈ সেউজীয়া মগু ব্যৱহাৰ কৰা হয় ৷ সহজেই তৈয়াৰ কৰিব পৰা এই দোচা স্বাস্থ্যৰ বাবেও উপকাৰী ৷ সেউজীয়া মগুত পটাছিয়াম আৰু মেগনেছিয়াম থাকে, যি শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ পেচাৰাট্টু দোচা অন্ধ্ৰ প্ৰদেশৰ এটা বিখ্যাত ব্যঞ্জন । চাওক ৰেচিপিটো-
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.