thumbnail

By

Published : Aug 2, 2022, 5:30 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ETV Bharat / Videos

Kannada Recipe Halu Obattu : ঘৰতে প্ৰস্তুত কৰক কনাড়া ৰেচিপি হাল্লু ওব্বাটু

হালু ওব্বাটু কৰ্ণাটকৰ এটা অতি বিখ্যাত ৰেচিপি (Halu Obattu recipe) । হালু মানে গাখীৰ-পুৰী । ইয়াক প্ৰস্তুত কৰাটো বৰ কঠিন নহয় ৷ ইয়াত ভজা পুৰিবোৰ গাখীৰত ডুবাই তৈয়াৰ কৰা হয় । কৰ্ণাটকৰ হাল্লু ওব্বাটু সুস্বাদু এবিধ খাদ্যৰ লগতে এই খাদ্যবিধ অধিক পুষ্টিকৰো (Karnataka recipes Halu Obattu)৷ সেয়ে আজি আমি আপোনালোকলৈ লৈ আনিছো কনাড়া ৰেচিপিৰে হাল্লু ওব্বাটু (Kannada recipe Halu Obattu)৷ গতিকে ঘৰতে অতি সহজে কনাড়া ৰেচিপিৰে হাল্লু ওব্বাটু প্ৰস্তুত কৰি আপোনজনৰ মাজত মিঠাৰ সঞ্চাৰ কৰক (Sweet Dish Halu Obattu)...
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.