thumbnail

By

Published : Feb 23, 2022, 10:38 AM IST

Updated : Feb 3, 2023, 8:17 PM IST

ETV Bharat / Videos

Municipal Election 2022: ধেমাজিত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মঙলবাৰে ধেমাজি পৌৰসভাৰ ১০ টা ৱাৰ্ডত কেইবাটাও নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ৷ শিক্ষামন্ত্ৰী পেগুৱে কাৰ্যালয়কেইটা মুকলি কৰাৰ লগতে ক্ৰমে ৩ নং, ৬ নং আৰু ৯ নং ৱাৰ্ডত নিৰ্বাচনী সভাত অংশ লৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়(Ranoj Pegu at Dhemaji for election campaign)৷ মন্ত্ৰীগৰাকীয়ে ধেমাজি পৌৰসভা দখল কৰিব পাৰিলে কেন্দ্ৰৰ পৰা CIDF আঁচনিৰ শিতানত ১০০ কোটি ধেমাজি পৌৰসভালৈ আৱণ্টন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ তেওঁ মাজুলী উপ নিৰ্বাচনত বিৰোধী দলৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে সংবাদ মাধ্যমৰ পৰা গুৰুত্ব পোৱাৰ মানসেৰেহে মাজুলীত বিৰোধী দলৰ হৈ প্ৰতিদন্দিতা কৰিছে বুলি কটাক্ষ কৰে ৷
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.