দৌলগোবিন্দ মন্দিৰৰ পূজাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ - দৌল গোবিন্দ মন্দিৰত মুখ্যমন্ত্ৰী
🎬 Watch Now: Feature Video

উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰত শুকুৰবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Visits Doul Govinda temple) ৷ দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱত উপস্থিত হৈ অভিভূত হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী ৷ দৌলগোবিন্দ মন্দিৰৰ মহাপূজাত অংশ লৈ ৰাজ্যবাসীৰ মংগল কামনাৰে প্ৰভুৰ আশীষ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই (CM offered prayers at Doul Govinda temple) ৷ ড৹ শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে তৃতীয়বাৰলৈ দৌলগোবিন্দ মন্দিৰত পদাৰ্পণ কৰে ৷ মন্দিৰত যুৱক-যুৱতীৰ লগতে অগণন ভক্তই মুখ্যমন্ত্ৰীৰ সৈতে Selfie উঠে (CM takes a selfie with devotees) ৷
Last Updated : Feb 3, 2023, 8:20 PM IST