thumbnail

By

Published : Feb 5, 2020, 10:29 AM IST

ETV Bharat / Videos

প্ৰিয় বিধায়কগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ বাসগৃহত গুণমুগ্ধৰ ভিৰ

শিৱসাগৰ, 5 ফেব্ৰুৱাৰীঃ আজি পুৱাৰে পৰা প্ৰয়াত প্ৰনৱ গগৈৰ শিৱসাগৰৰ নগৰৰ বাসগৃহত মৰমৰ নেতগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাইছে সমষ্টিবাসীয়ে । পুৱা ৯.৩০ বজালৈ বাসগৃহত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত লৈ যোৱা হ'ব ৰাজীৱ ভৱন, শিৱসাগৰ মহাবিদ্যালয় আৰু বাৰ এচ'চিয়েছনলৈ । ইয়াৰ পাছতেই দুপৰীয়া ১২ বজাত যাঠিপটীয়া গাঁৱত ৰাজ্যিক মৰ্যাদাৰে অন্তষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.