‘গণতন্ত্ৰৰ এদিন’ত এইবাৰৰ অতিথি ডঃ অমৰজ্যোতি চৌধুৰী - গণতন্ত্ৰৰ এদিন
🎬 Watch Now: Feature Video

তাহানিৰ ৰাজনীতিৰ সোণসেৰীয়া স্মৃতি ৰোমন্থন ৷ গৌতম বৰুৱাৰ প্ৰশ্নৰ উত্তৰত স্মৃতিৰ পেৰা খুলিলে ডঃ চৌধুৰীয়ে ৷ গণতন্ত্ৰৰ সুদিন নিশ্চয় উভতি আহিব - এতিয়াও আশাবাদী বিশিষ্ট শিক্ষাবিদ গৰাকী ৷