thumbnail

By

Published : May 23, 2019, 8:15 AM IST

ETV Bharat / Videos

আজি ঘোষণা কৰা হ'ব লোকসভা নিৰ্বাচন 2019ৰ ফলাফল

গোলাঘাট,23 মে': আজি ঘোষণা কৰা হ'ব লোকসভা নিৰ্বাচন 2019ৰ ফলাফল ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে কলিয়াবৰ লোকসভা সমষ্টিতো ভোট গণনা সম্পন্ন কৰাৰ প্ৰাৰম্ভিক কাৰ্য সম্পন্ন কৰা হৈছে ৷ কলিয়াবৰ লোকসভা সমষ্টিৰ পাঁচটা ভোট গণনা কেন্দ্ৰত ভোট গণনা অনুষ্ঠিত হ'ব ৷ নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা ইটিভি ভাৰতৰ সাংবাদিক দিগন্ত চাহুৰ এক প্ৰতিবেদন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.