thumbnail

আধ্যাত্মিক ৰসত বুৰ গৈছে নিশাৰ নীলাচল

By

Published : Jun 25, 2019, 11:35 PM IST

Updated : Jun 26, 2019, 12:13 AM IST

নীলাচলৰ বুকুত ভক্তিৰসৰ বন্যা ৷ মহা অম্বুবাচীৰ চতুৰ্থ দিনাও উচাহ কমা নাই ভক্তৰ ৷ নিশা যিমানেই গভীৰ হৈছে দুগুনে বৃদ্ধি পাইছে ভক্তৰ সমাগম ৷ কেৱল যে নীলাচলৰ বুকুতেই ভক্তৰ সমাগম হৈছে এনে নহয়, সমগ্ৰ মহানগৰীৰ প্ৰান্তে প্ৰান্তে ভৰি পৰিছে ভিন্ন বেশভূষাৰ বাবা ৷ অম্বুবাচী মেলাৰ নিশাৰ পৰিবেশৰ সৈতে আমাৰ সাংবাদিক হিৰুল হকৰ এক প্ৰতিবেদন....
Last Updated : Jun 26, 2019, 12:13 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.