তিনিদিনীয়া কাৰ্যসূচীৰে কেবডিয়াত আৰম্ভ ইণ্ডিয়া আইডিয়াজ কনক্লেভ - ইণ্ডিয়া ফাউণ্ডেশ্বন
🎬 Watch Now: Feature Video
তিনিদিনীয়া কাৰ্যসূচীৰে কেবডিয়াত ইণ্ডিয়া আইডিয়াজ কনক্লেভ আৰম্ভ হৈছে ৷ 28,29 আৰু 1 মাৰ্চলৈ চলিব এই কনক্লেভ ৷ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব ৷ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শুকুৰবাৰে 6 বজাত টেন্টচিটি ইণ্ডিয়া আইডিয়াজ কনক্লেভৰ দ্বাৰা আয়োজন কৰা তৃতীয় বাৰ্ষিক সন্মিলনৰ উদ্ধোধনী সভাত অংশগ্ৰহণ কৰে ৷ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কনক্লেভত উপস্থিত হৈ ''ষ্টেচু অফ ইউনিটি'' দৰ্শন কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এনে ধৰণৰ জাতীয় দৰ্শনীয় গেলেৰী, ষ্টেচু মিউজিয়াম আৰু চৰদাৰ পেটেলৰ চৰণত সেৱা জনায় ৷