পৰম্পৰাৰ অৱসান ঘটাই দাখিল হ'ল বাজেট - বাজেট
🎬 Watch Now: Feature Video

মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট ৷ পৰম্পৰাৰ অৱসান ঘটাই ব্ৰিফকেচত নহয়, ৰঙা কাপোৰেৰে আবৃত বহী খাতা লৈ সংসদ ভৱনত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ৷ দাখিল কৰিলে 2019-2020 বিত্তীয় বৰ্ষৰ প্ৰথমখন পূৰ্ণাংগ বাজেট ৷ শক্তিশালী দেশ, শক্তিশালী নাগৰিকৰ লক্ষ্যৰে এইবাৰৰ বাজেট ৷