প্ৰতিৰক্ষা খণ্ডত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ বৃদ্ধি কৰক ! ডিএছ হুডা - লেফ. জেন. ডিএছ হুডা
🎬 Watch Now: Feature Video

ভাৰতীয় স্থলসেনাৰ প্ৰাক্তন লেফ. জেন. যাৰ নেতৃত্বত ছাৰ্জিকেল ষ্ট্ৰাইক সম্পন্ন হৈছিল, লেফ. জেন. ডিএছ হুডাৰ সৈতে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ সম্পন্ন হৈ যায় ৷ ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰাক্তন সেনা বিষয়াগৰাকীয়ে ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ বাবে প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ বৃদ্ধি কৰিবলৈ মত প্ৰকাশ কৰে ৷ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত অস্ত্ৰপ্ৰণালীয়ে ভাৰতলৈ বৈদেশিক বিনিয়োগকাৰীসকলক আগ্ৰহী কৰি তুলিব ৷