thumbnail

ভাৰতৰ ক'ত আছে ২ লাখ টকীয়া আম ?

By

Published : Jul 2, 2021, 1:20 PM IST

এতিয়া আমৰ বতৰ । আপুনি নিশ্চয় বজাৰৰ পৰা ক্ৰয় কৰি নিছে বিভিন্ন প্ৰকাৰৰ আম । কিন্তু এবিধ এনেকুৱা আম আছে যাৰ প্ৰতি কিলোত দাম ২ লাখ টকা । আনকি এই ব্যয়বহুল আমৰ বাগিছাত সুৰক্ষা কৰ্মীৰ সৈতে কুকুৰ মোতায়েন কৰা হয় । ভাৰতৰ ক'ত আছে এই আম ? চাওক আমাৰ এই বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.