ETV Bharat / state

প্ৰাৰ্থনা আৰু ধ্যান কৰিলে লাভৱান হ'ব সিংহ ৰাশিৰ লোক...আৰ্থিক দিশত সুফল লাভ কৰিব এই ৰাশিৰ লোকে...চাওক আজিৰ দিনটোৰ ৰাশিফল

আজি মীন ৰাশিত বিৰাজ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

DAILY HOROSCOPE FOR 17TH OCTOBER 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat Assam)

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে দিনটো ইতিবাচক শক্তিৰে পৰিপূৰ্ণ । আজি আপুনি অত্যধিক তজবজীয়া হৈ থাকিব আৰু উৎসাহ-উদ্দীপনাৰে সৈতে কাম কৰিব । দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব ।

বৃষ ৰাশি: আজিৰ দিনটো সতৰ্ক হৈ থাকক । আজি আপুনি দুশ্চিন্তাত ভুগিব পাৰে ৷ খৰচ কৰাৰ সময়ত সাৱধানে থাকিব, কাৰণ অতিৰিক্ত ব্যয়ৰ আশংকা আছে ।

মিথুন ৰাশি: লাভদায়ক দিন । অবিবাহিতসকলে ভাল জীৱনসংগী বা জীৱনসংগিনী পাব পাৰে । আৰ্থিক লাভ ৷ চাকৰি বা ব্যৱসায়ত লাভ হ’ব আৰু আয়বৃদ্ধি হ’ব । আজিৰ এই ফলদায়ক দিনটোক সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰক ।

কৰ্কট ৰাশি: আজি কোনো শুভ কাৰ্য কৰিবৰ বাবে দিনটো শুভ । মন্দিৰ দৰ্শনত গ’লে মনোবল বৃদ্ধি পাব আৰু মন ভাল লাগিব । পৰিয়ালৰ লোকৰ সৈতে সময় কটাব পাৰিলে প্ৰচুৰ আনন্দ আৰু পৰিতৃপ্তি পাব । আজি গোটেই দিনটো আপুনি সুস্থ আৰু সক্ৰিয় অনুভৱ কৰিব ।

সিংহ ৰাশি: আজি আপুনি সজাগ আৰু সতৰ্ক হৈ থাকক । স্বাস্থ্য সম্বন্ধীয় সমস্যা দেখা দিব পাৰে । প্ৰাৰ্থনা আৰু ধ্যান কৰিলে লাভৱান হ'ব ।

কন্যা ৰাশি: সন্মান বৃদ্ধিৰ যোগ । নতুন সাজপাৰ ক্ৰয় কৰিব পাৰে । আজি আপুনি নতুন গাড়ী বা বাহনৰ গৰাকী হ’ব পাৰে । প্ৰেমত শুভ ৷

তুলা ৰাশি: পৰিয়ালৰ লোকৰ সৈতে সময় পাৰ কৰিব । সহকৰ্মী আৰু সতীৰ্থৰ পৰা সহযোগিতা লাভ কৰিব । পিতৃ-মাতৃৰ পৰা সু-সংবাদ পাব । শত্ৰু আৰু প্ৰতিযোগীসকল পৰাস্ত ।

বৃশ্চিক ৰাশি: আজিৰ দিনটো শুভ । অৱশ্যে নতুন কোনো কাম বা প্ৰকল্প হাতত নোলোৱাটো ভাল । আৰ্থিক দিশত সুফল লাভ । ভ্ৰমণৰ দিন পিছুৱাই দিয়ক ।

ধনু ৰাশি: আজি আপুনি দিনটো বিষণ্ণ হৈ থাকিব । পৰিয়ালৰ সদস্যৰ পৰা উষ্ম আন্তৰিকতা লাভ নকৰিব । সাংসাৰিক পৰিৱেশত হতাশাই দেখা দিব পাৰে ।

মকৰ ৰাশি: নতুন কাম আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো শুভ । ব্যৱসায়ত উন্নতি ৷ আৰ্থিক লাভৰ যোগ । শিক্ষকসকলে নিজৰ কাম অনায়াসত কৰি যাব পাৰিব ।

কুম্ভ ৰাশি: সকলো প্ৰকাৰৰ কাজিয়া-বিবাদৰ পৰা আঁতৰত থাকক । ধৰ্মীয় কাম-কাজত খৰচ বৃদ্ধি । । ব্যৰ্থতা আৰু হতাশাই আগুৰি ধৰিব । বিভ্ৰান্তি আৰু সিদ্ধান্তহীনতাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি । এইবোৰৰ প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ উপৰত পৰিবলৈ নিদিব ।

মীন ৰাশি: আজিৰ দিনটো শুভ । আজি আপুনি সজীৱতা আৰু ইতিবাচক মনোভাৱেৰে পৰিপূৰ্ণ হৈ থাকিব । নতুন প্ৰকল্প হাতত ল'ব পাৰে । বন্ধু আৰু আত্মীয়-স্বজনৰ সৈতে নৈশভোজ উপভোগ কৰিব পাৰে । ভ্ৰমণৰ যোগ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.