ইটিভি ভাৰত exclusive : ৰাজপথত অনুশীলনত ব্যস্ত বাংলাদেশ সেনাৰ প্ৰতিনিধি দল - গণতন্ত্ৰ দিৱস

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 20, 2021, 8:10 PM IST

আগন্তুক গণতন্ত্ৰ দিৱস পেৰেডত ভাগ ল’বলগীয়া বাংলাদেশ সামৰিক বাহিনীৰ দলটোৰ অনুশীলনৰ এই দৃশ্যই আপোনাক গৌৰৱান্বিত কৰি তুলিব ৷ ভাৰত হৈছে একমাত্ৰ দেশ যিয়ে 93 হাজাৰ সৈনিকক বন্দী কৰি এখন নতুন ৰাষ্ট্ৰৰ জন্ম দিছিল ৷ সেই দেশখনেই হৈছে বাংলাদেশ আৰু 1971 চনৰ পাকিস্তানক যুদ্ধত হৰুৱাই ভাৰতে জন্ম দিছিল বাংলাদেশৰ ৷ বাংলাদেশ সামৰিক বাহিনীয়ে যুদ্ধৰ 50 বৰ্ষপূৰ্তিৰ প্ৰতি সন্মান জনাই ভাৰতীয় গণতন্ত্ৰ দিৱসৰ পেৰেডত ভাৰতীয় সামৰিক বাহিনীৰ সৈতে একেলগে অংশগ্ৰহণ কৰিব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.