thumbnail

By

Published : Jan 11, 2020, 7:29 PM IST

ETV Bharat / Videos

পাক-অধ্যুষিত কাশ্মীৰ অধিগ্ৰহণ কৰিবলৈ সেনা সাজুঃ সেনাপ্ৰধান জেন. নাৰাভানে

নতুন দিল্লীত আয়োজিত এক সংবাদমেল পাকিস্তান অধ্যুষিত কাশ্মীৰ সন্দৰ্ভত বিশেষ মন্তব্য কৰে সেনাপ্ৰধান জেন. মনোজ মুকুন্দ নাৰাভানে ৷ উল্লেখ্যে যে, ছীয়াচীন ভ্ৰমণ কৰি অহা সেনাপ্ৰধানে শনিবাৰে নতুন দিল্লীত এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত কেন্দ্ৰীয় সদনে অনুমতি দিলেই পাক-অধ্যুষিত কাশ্মীৰ অধিগ্ৰহণ কৰিবলৈ ভাৰতীয় স্থলসেনা সাজু আছে বুলি প্ৰকাশ কৰে সেনাপ্ৰধানগৰাকীয়ে ৷

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.