ৰাজ্যসভা লৈ নিৰ্বাচিত হৈ বিটিআৰৰ ভূমিত উপস্থিত ৰণগৌৰা নাৰ্জাৰী

By

Published : Apr 1, 2022, 12:45 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail
ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈ শুকুৰবাৰে পুৱা প্ৰথমবাৰৰ বাবে বিটিআৰৰ ভূমিত উপস্থিত হয় ৰণগৌৰা নাৰ্জাৰী(Rwngwra Narzary visit BTR) । নৱনিৰ্বাচিত ৰাজ্যসভাৰ সাংসদগৰাকীক(Rwngwra Narzary being elected as Rajya Sabha MP) বৰমাত বিপুল আদৰণি জনায় দলীয় সমৰ্থকে । সাংসদগৰাকীয়ে বিটিআৰত উপস্থিত হৈ এই জয়ৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বি টি আৰৰ মুৰব্বী প্ৰমোদ বড়ো, বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে সকলো বিধায়কক ধন্যবাদ জ্ঞাপন কৰে । আনহাতে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ইউ পি পি এলৰ শক্তি কোকৰাঝাৰতে সীমাবদ্ধ নাথাকি দিছপুৰ, দিল্লীলৈ সম্প্ৰসাৰিত হ'ল বুলি মত প্ৰকাশ কৰে ।
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.