thumbnail

Tokhu Emong festival in Nagaland: নগাসকলৰ পৰম্পৰাগত টখু ইমং উৎসৱ উদযাপন

By

Published : Nov 7, 2022, 10:07 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

সোমবাৰে অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত নগাসকলৰ অন্যতম জনগোষ্ঠী লোথাসকলে অনুষ্ঠিত কৰিছে পৰম্পৰাগত টখু ইমং উৎসৱ (Tokhu Emong festival celebrated in Nagaland)৷ নগাসকলৰ লোথা বসতি প্ৰধান ৱখা জিলাৰ সদৰত অনুষ্ঠিত হৈছে এই উৎসৱৰ কাৰ্যসূচী ৷ লোথা সকলৰ কৃষি ভিত্তিক টক' ইমং উৎসৱত পৰম্পৰাগত নৃত্যৰ লগতে সমাৱেশ ঘটিছে বিভিন্ন লোকৰ (Tokhu Emong festival in Nagaland) ৷ শস্য চপোৱাৰ পাছত নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত টখু ইমং উৎসৱ উদযাপন কৰা হয় ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.