Indian cricket team in Guwahati : গুৱাহাটী পালেহি ৰোহিত শৰ্মাসহ কেইবাজনো ক্ৰিকেট তাৰকা

By

Published : Jan 8, 2023, 1:39 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail
বৰঝাৰ বিমানবন্দৰত উপস্থিত ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ (Indian cricket team in Guwahati) ৷ অধিনায়ক ৰোহিত শৰ্মা (Rohit Sarma), বিৰাট কোহলী (Virat Kohli), শ্ৰেয়াচ আয়াৰ, কে এল ৰাহুল (K L Rahul) এতিয়া গুৱাহাটীত । বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে এই চাৰি ক্ৰিকেটাৰক হোটেল ৰেডিচন ব্লু’ লৈ লয় যোৱা হয় । উল্লেখ্য যে, গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা ১০ জানুৱাৰীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ (India Sri Lanka one day match in ) ৷ ভাৰত আৰু শ্ৰীলংকাৰ মাজত হ’বলগীয়া দিবা-নৈশ এদিনীয়া মেচখন আৰম্ভ হ’ব দুপৰীয়া ডেৰ বজাৰ পৰা (Barshapara Stadium in Guwahati) । মেচখনকলৈ সকলো প্ৰস্তুতি সম্পন্ন কৰিছে অসম ক্ৰিকেট সন্থাই (Assam cricket association) ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.