thumbnail

By

Published : Jul 13, 2022, 7:45 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

ETV Bharat / Videos

নলবাৰীত ৰেড ক্ৰছ চ'ছাইটিৰ বান সাহায্য বিতৰণ

নলবাৰীৰ বৰভাগত ৰেড ক্ৰছৰ উদ্যোগত বান সাহায্য বিতৰণ (Flood relief by Red Cross in Nalbari) । ৰেড ক্ৰছৰ নলবাৰী জিলা শাখাৰ(Red Cross Nalabari) উদ্যোগত বানে গৰকা কমাৰকুছিত সাহায্য প্ৰদান কৰে সংস্থাটোৱে । উল্লেখযোগ্য যে প্ৰায় পাচ শতাধিক বৰ্নাত্যৰ(Nalbari flood victim) মাজত ত্ৰিপাল, মাস্ক, চাবোনৰ লগতে পাকঘৰত ব্যৱহৃত আৱশ্যকীয় বিভিন্ন সামগ্ৰী যোগান ধৰে ৰেড ক্ৰছে । এই কাৰ্য্যসূচীত নলবাৰী জিলা ৰেড ক্ৰছ চ’ছাইটিৰ অধ্যক্ষ নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, সম্পাদক পংকজ বৰ্মন, গুৱাহাটীৰ জিলা সমিতিৰ শশীন চক্ৰৱৰ্তী, লৱ কুমাৰ শৰ্মাৰ লগতে সমাজকৰ্মী পংকজ বৰুৱা, ভৱেশ লহকৰ আদি উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.