Monkey adopts puppy in Tamil Nadu : কুকুৰৰ পোৱালিক তুলি লৈছে এজনী বান্দৰে - মাতৃ স্নেহ পৃথিৱীৰ সবাতোতকৈ শ্ৰেষ্ঠ
🎬 Watch Now: Feature Video

মমতা...মাতৃৰ মনৰ এক হৃদয়স্পৰ্শী অনুভূতি (Mother Love) ৷ মাতৃ স্নেহ পৃথিৱীৰ সবাতোতকৈ শ্ৰেষ্ঠ ৷ মাতৃয়ে যিকোনো পৰিস্থিতিতে নিজৰ সন্তানক বিপদৰ পৰা ৰক্ষা কৰিব পাৰে ৷ কেৱল মানুহেই নহয়, জীৱ জন্তুৱেও আন জন্তুৰ পোৱালিক নিজৰ কৰি ল’ব পাৰে ৷ তাৰে উদাহৰণ হ’ল তামিলনাডুৰ পন্নাৰৰ এটা ঘটনা ৷ এটা কুকুৰৰ পোৱালিক নিজৰ পোৱালিৰ দৰে মৰম কৰিছে এজনী বান্দৰে (Monkey adopts puppy in Tamil Nadu) ৷ নিজৰ পোৱালিৰ দৰে আটুম-টুকাৰীকৈ ৰাখিছে ৷ খোৱাইছে খাদ্যও ৷ বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈছে এই ভিডিঅ’ ৷
Last Updated : Feb 3, 2023, 8:33 PM IST