thumbnail

Dacoit killed lady: ডুমডুমাত ডকাইতে কাটিলে মহিলাৰ ডিঙি

By

Published : Dec 6, 2022, 8:59 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ টিপুক চাহ বাগিচাৰ(Tipuk Tea Estate) জলকীয়া বস্তিত চাঞ্চল্যকৰ ডকাইতিকাণ্ড (Robbery at Doom Dooma)৷ এগৰাকী মহিলাৰ ডিঙি কাটি লুটি নিলে ঘৰৰ বয়-বস্তু, সকলো সামগ্ৰী ৷ তালাপ আৰক্ষী চকীৰ (Talap out post) অন্তৰ্গত টিপুক জলকীয়া বস্তিত সংঘটিত হয এই চাঞ্চল্যকৰ কাণ্ড (Murder by dacoit in Tinsukia)৷ ডকাইতৰ আক্ৰমণৰ বলি হোৱা অকলসৰীয়াকৈ থকা মহিলাগৰাকীৰ নাম মঞ্জু সিং (৪৫)৷ চোকা দাৰে মহিলাগৰাকীৰ ডিঙি কাটি হত্যা কৰি লুটি নিয়ে সকলো সামগ্ৰী ৷
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.