ETV Bharat / technology

হোণ্ডা মটৰ চাইকেলে মুকলি কৰিলে 2025 বৰ্ষৰ হোণ্ডা ডিঅ’ - 2025 HONDA DIO LAUNCHED IN INDIA

হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই মুকলি কৰিছে 2025 বৰ্ষৰ ডিঅ’ ৷ জানক দুচকীয়াখনৰ বৈশিষ্ট্যৰ বিষয়ে---

2025-honda-dio-launched-in-india-price-features-and-specifications-details-in-assamese
হোণ্ডা মটৰ চাইকেলে মুকলি কৰিলে 2025 বৰ্ষৰ হোণ্ডা ডিঅ’ (Honda Motorcycle)
author img

By ETV Bharat Tech Team

Published : Jan 15, 2025, 4:04 PM IST

হায়দৰাবাদ: দুচকীয়া বাহন নিৰ্মাতা কোম্পানী হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই 2025 বৰ্ষ আৰম্ভ হোৱাৰ লগে লগে নিজৰ কিছুমান বাহন আপডেট কৰিছে । এতিয়া কোম্পানীটোৱে মুকলি কৰিছে 2025 চনৰ নতুন হোণ্ডা ডিঅ’, যিটো OBD2B কম্প্লাইয়েন্স ষ্টেণ্ডাৰ্ডৰ ভিত্তিত আপডেট কৰা হৈছে । ইয়াৰ লগতে কোম্পানীয়ে এই স্কুটীখনত বহু আপডেট ফিচাৰো দিছে ।

হোণ্ডাই নতুন ডিঅ’ক উন্নত প্ৰযুক্তি আৰু নতুন ৰঙৰ বিকল্পৰে সজ্জিত কৰিছে, যাৰ লক্ষ্য হৈছে যুৱ ৰাইডাৰসকলক আকৰ্ষণ কৰা আৰু তেওঁলোকৰ ৰাইডিঙৰ প্ৰয়োজনীয়তা পূৰণ কৰা । কোম্পানীটোৱে এই স্কুটাৰখন 74,930 টকা (এক্স-শ্ব’ৰুম) মূল্যত মুকলি কৰিছে, যিখন ভাৰতত বিক্ৰী হোৱা অন্যতম জনপ্ৰিয় স্কুটাৰ ।

2025 চনৰ হোণ্ডা Dio ত উপলব্ধ বৈশিষ্ট্য

  • নতুন 4.2 ইঞ্চিৰ টিএফটি ডিজিটেল ডিছপ্লে যিয়ে মাইলেজ ইনডিকেটৰ, ট্ৰিপ মিটাৰ, ইকো ইনডিকেটৰ আৰু ডিষ্টেন্স-টু-এম্পটিৰ দৰে গুৰুত্বপূৰ্ণ তথ্য দিয়ে ।
  • ৰাইডিং কৰাৰ সময়ত মোবাইলত চাৰ্জ দিবলৈ ইউএছবি টাইপ-চি চাৰ্জিং পৰ্ট ।
  • উন্নত ইন্ধনৰ বাবে আইডলিং ষ্টপ ব্যৱস্থা ।
  • উন্নত ৰূপ আৰু পৰিৱেশনৰ বাবে শীৰ্ষ-স্পেক DLX ভেৰিয়েন্টত উপলব্ধ এলয় চকা ।

2025 চনৰ হোণ্ডা ডিঅ’ৰ আকাৰ

হোণ্ডা ডিঅ’ৰ কমপেক্ট আৰু ব্যৱহাৰিক গঠনৰ লগতে স্প’ৰ্টী ডিজাইন ধৰি ৰখা হৈছে । ইয়াৰ আকাৰৰ কথা ক’বলৈ গ’লে ইয়াৰ দৈৰ্ঘ 1,808 মিলিমিটাৰ, প্ৰস্থ 723 মিলিমিটাৰ, উচ্চতা 1150 মিলিমিটাৰ । ইয়াৰ হুইলবেছ 1260 মিলিমিটাৰ, আনহাতে গ্ৰাউণ্ড ক্লিয়াৰেন্স 160 মিলিমিটাৰ । ইয়াৰ কাৰ্ব ওজন 103 কিলোগ্ৰাম আৰু ইন্ধন টেংকৰ ক্ষমতা 5.3 লিটাৰ ।

2025 চনৰ হোণ্ডা ডিঅ’ৰ ৰঙৰ বিকল্প

নতুন গ্ৰাফিক্স আৰু ৰঙৰ বিকল্পত নতুন ডিঅ’ প্ৰৱৰ্তন কৰিছে কোম্পানীটোৱে । এই স্কুটাৰখন ইম্পেৰিয়েল ৰেড মেটালিক, পাৰ্ল ইগনিয়াছ ব্লেক, পাৰ্ল ইগনিয়াছ ব্লেক + পাৰ্ল ডিপ গ্ৰাউণ্ড গ্ৰে, মেট মাৰ্ভেল ব্লু আৰু মেট এক্সিছ গ্ৰে মেটালিক ৰঙৰ বিকল্পত প্ৰৱৰ্তন কৰা হৈছে । ইয়াৰ উপৰিও দুয়ো মূৰত ড্ৰাম ব্ৰেকৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ সন্মুখত 12 ইঞ্চিৰ এলয় চকা আৰু পিছফালে 10 ইঞ্চিৰ এলয় চকা আছে ।

2025 চনৰ হোণ্ডা ডিঅ’ৰ ইঞ্জিন

ইয়াৰ ইঞ্জিনৰ কথা ক’বলৈ গ’লে ইয়াত আছে 109.51 চিচি, একক চিলিণ্ডাৰ, পিজিএম-এফআই ইঞ্জিন ৷ এই ইঞ্জিন 8000 আৰপিএমত 7.8 বিএইচপি শক্তি আৰু 5250 আৰপিএমত সৰ্বোচ্চ টৰ্ক 9.03 এনএম । ইঞ্জিনটোত আইডলিং ষ্টপ চিষ্টেম আছে, যিটো ইন্ধনৰ কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে ডিজাইন কৰা হৈছে আৰু ইয়াক চহৰীয়া যাতায়তৰ বাবে এক উন্নত স্কুটাৰ হিচাপে গঢ়ি তোলা হৈছে ।

2025 চনৰ হোণ্ডা ডিঅ’ৰ ভেৰিয়েন্ট আৰু মূল্য

হোণ্ডা মটৰ চাইকেলে 2025 চনৰ হোণ্ডা ডিঅ’ক মুঠ দুটা ভেৰিয়েণ্ট এছটিডি আৰু ডিএলএক্সত প্ৰৱৰ্তন কৰিছে । ডিঅ’ এছটিডিৰ মূল্য 74,930 টকা (এক্স শ্ব’ৰুম) হোৱাৰ বিপৰীতে ডিঅ’ ডিএলএক্সৰ মূল্য 85,648 টকা (এক্স শ্ব’ৰুম) । কোম্পানীটোৱে এই স্কুটাৰখন সমগ্ৰ দেশৰ হোণ্ডাৰ ডিলাৰশ্বিপত উপলব্ধ কৰিছে ।

লগতে পঢ়ক: শীঘ্ৰে বজাৰত মুকলি হ’ব Aprillia Tuono 457

ইণ্ডিয়া ম’বিলিটি গ্ল’বেল এক্সপ’ 2025 ত প্ৰদৰ্শিত হ’ব তিনিখনকৈ স্কুটাৰ

আকৰ্ষণীয় বৈশিষ্ট্যৰ সৈতে মুকলি হ’ল আথেৰ 450x আৰু 450s

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.