thumbnail

ৰাহুল গান্ধীয়ে এনেকুৱা তামাচা কৰি লাভ নাই: মুখ্যমন্ত্ৰী

By

Published : Jun 13, 2022, 5:36 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে সদলবলে ই ডি (Enforcement Directorate) ৰ কাৰ্যালয়লৈ যোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে কয় যে এই কাম কৰি কংগ্ৰেছে ই ডিক ভয় খুৱাব বিচাৰিছে ৷ ই ডিয়ে কাৰোবাক চমন দিলে হাজিৰ হোৱাটো কৰ্তব্য ৷ কিন্ত তাকে নকৰি মনোনয়ন পত্ৰ দাখিলৰ সময়ত উলিওৱা ৰেলীৰ দৰে সমদল কৰি গৈ ই ডিক ভয় খুৱাব খুজিছে ৰাহুল গান্ধীয়ে । সাংসদ হিচাপে কংগ্ৰেছ নেতাগৰাকীৰ দায়িত্ব আছিল নিজৰ নিৰ্দোষীতা প্ৰমাণ কৰা ৷ দেশ এতিয়া সলনি হৈছে, গতিকে এইবোৰ তামাচা কৰি লাভ নাই ৷ ই ডিয়ে ভয় নকৰে ৰাহুল গান্ধী বা কংগ্ৰেছক ৷
Last Updated : Feb 3, 2023, 8:23 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.